অসমৰ বান নিয়ন্ত্ৰণ, বান সাহায্য বিতৰণ আৰু বান সমস্যাক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী। বান সমস্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন একেমুখে বিফল বুলি কোৱাৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহক অসমলৈ আহি কথামতেই পুখুৰী খান্দি বান নিয়ন্ত্ৰণ কৰাৰ আহ্বান সাংসদ গৌৰৱ গগৈৰ। একেদৰে অসমৰ বান পৰিস্থিতিৰ বিষয়ে সদনত সজোৰে উত্থাপন কৰিবলৈ ৰাহুল গান্ধীক আহ্বান অসম প্ৰদেশ কংগ্ৰেছৰ। একেদৰে সংবাদমেল সম্বোধন কৰি সৰৱ হ’ল অখিল গগৈ।
#pratidintime #akhilgogoi #BJP #flood
Негізгі бет অসমৰ বান নিয়ন্ত্ৰণ, বান সাহায্য বিতৰণ আৰু বান সমস্যাক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী।
Пікірлер: 33