ৰমনী চিত্ৰম স্মৃতি ন্যাসৰ নিবেদনত , সত্ৰীয়া সংস্কৃতি সাধক স্বৰ্গীয় ডালিম পাঠকদেৱৰ দ্বাৰা পৰিকল্পিত আৰু পৰিচালিত "মহাপুৰুষ মাধৱদেৱ " শীর্ষক অসমীয়া এনিমেচন চলচ্চিত্র খনত গোৱা " মোকে ইবাৰ কৰুণা" শীর্ষক বৰগীতটো আপোনালোকৰ আগত আগবঢ়ালো। ( ৰাগ - ভাটিয়ালি , তাল- ৰচ্ছএকতালি ) কন্ঠ:-গুনীন্দ্ৰ নাথ ওজা
- 4 жыл бұрын
।।BARGEET।।Mahapurukh Madhavdev।।Moke ebar।।
- Рет қаралды 23,554
Пікірлер: 53