Apunar pratitu video pora bohut najona kotha janibo pari. Moi xodai sao aru bohut kotha janibo paru.
@sriborah
5 ай бұрын
ধন্যবাদ 🙏☺️
@phuleswarrabha6142
3 ай бұрын
ভাগৱত হেনো মৰাসাপৰ আৰম্ভ কৰি জীয়া সাপৰ কাহিনীৰে সামৰণি পৰা বুলি কোৱা হয়৷ কাহিনী আৰু তত্ত্ব ভাগৱতৰ দুখানি চৰণ ৷ তত্ত্ব সম্পৰ্কে ব্যাখ্যা আগবঢ়ালে আমি আৰু উপকৃত হলোঁহেঁতেন ৷কৃষ্ণ৷
@sriborah
3 ай бұрын
ঠিক আছে বাপ জনা। অতি সোনকালেই ব্যাখ্যাৰ বাবে প্ৰয়াস কৰিম। কৃষ্ণ 🙏🙏
@bhaskarhazarika4429
3 ай бұрын
কৃষ্ণ কৃষ্ণ,আলোচনা কৰা ভাগৱত দৰ্শণত বহু কথাই আলোচনা হল আৰু বহুত ভাল লাগিল।আগলৈ মনত খুদৱনি লাগি থকা প্ৰশ্নৰ উত্তৰ পোৱাৰ আশাৰে সেৱা ভাগ থাকিল।কৃষ্ণ
মহাদেৱে পাৰ্বতী আইক কি কি শুনাইছিল বাৰু জনাব চূণ জনা জনে
@sriborah
3 ай бұрын
নিশ্চয় প্ৰয়াস কৰিম বাৰু । কৃষ্ণ 🙏
@jatindas4577
5 ай бұрын
সুন্দৰ ব্যাখ্যা। অতি আপ্লুত হলোঁ। অশেষ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
@sriborah
5 ай бұрын
বহু বহু ধন্যবাদ জনালো। 🙏🙏🙏
@harakantatamuli1053
5 ай бұрын
Krishna Krishna , Bor hundorkoi kotha khini bujai kole .🙏🙏🙏 Bor bhal lagil aru aagoloi u Aapunar jugedi Bhagawat r bikhoe janiboloi paam buli akha rakhilu .🙏🙏🙏
Пікірлер: 250