বিজেপিক উৎখাতৰ লক্ষ্যৰে BTRত UPPL আৰু BPF এক হ’ব। শেহতীয়াকৈ BTR তথা ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰা এই প্রসংগ যেন কলিতেই মৰহিছে। UPPLৰ কথা-কাণ্ডত নাৰাজ হৈ ২০২৫ত অকলেই নিৰ্বাচন খেলাৰ কথা সদৰী কৰিলে BPF প্রধান হাগ্রামা মহিলাৰীয়ে। অৱশ্যে চৰকাৰৰ পৰা ওলাই আহিলেহে UPPLৰ লগত আলোচনা কৰাৰ কিছু থল আছে বুলিও স্পষ্ট কৰিলে BPF প্রধানগৰাকীয়ে।
#PratidinTime #assam #BPF #UPPL
Негізгі бет বিজেপিক উৎখাতৰ লক্ষ্যৰে BTRত UPPL আৰু BPF এক হ’ব....!
Пікірлер