নাম সলনি কৰি নতুন পৰিচয়েৰে আত্মপ্রকাশ বিৰোধী ঐক্য মঞ্চৰ। এতিয়াৰে পৰা নাথাকে পূৰ্বৰ পৰিচয়। তাৰ সলনি অসম সন্মিলিত মৰ্চা চমুকৈ ‘অসম মিত্রজোঁট’ নামেৰে আত্মপ্রকাশ বিৰোধী ঐক্যৰ। শনিবাৰে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে অসম জাতীয় পৰিষদৰ সভাপতি তথা বিৰোধী ঐক্যৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে। গগৈৰ দাবী- এই নতুন পৰিচয়েৰে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিৰোধী।
#PratidinTime #assam #OppositionParty #lurinjyotigogoi
Негізгі бет নাম সলনি কৰি নতুন পৰিচয়েৰে আত্মপ্রকাশ বিৰোধী ঐক্য মঞ্চৰ...
Пікірлер: 7