মুখ্যমন্ত্ৰীৰ গোপন কক্ষত হোৱা প্ৰতিখন বৈঠকৰ প্ৰতিটো খবৰ হেনো আছে কংগ্ৰেছৰ ওচৰত। এই বিস্ফোৰক মন্তব্য গুৱাহাটী সমষ্টিৰ প্ৰার্থী তথা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ। মীৰা বৰঠাকুৰক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা আৰু মন্ত্ৰী অতুল বৰাই বহুবল্কী আখ্যা দিয়াৰ প্ৰত্যুত্তৰ দিলে নেত্ৰীগৰাকীয়ে।
#pratidintime #assam #electionwithpratidintime #নিৰ্বাচনমানেইপ্ৰতিদিনটাইম
Негізгі бет বিজেপিৰ ‘গোপন কক্ষত’ হেনো ফাট মেলিছে
Пікірлер: 163