ব্যৱসায়কে জীৱনৰ মূলমন্ত্ৰ জ্ঞান কৰা নীতা দলেৰ কাহিনী sevensister hand loom textile
uparjan contact number:9101735732
ধেমাজি চহৰৰ নিতা দলেৰ জীৱন সংগ্ৰামৰ কাহিনী এয়া ৷ নিতা দলেৰ উদ্যোগত উৎপাদন কৰা হয় পাট মুগাৰ পৰা আৰম্ভ কৰা গামোচালৈকে বহু কাপোৰ। গাঁৱলীয়া শিপিনীৰ হাতেৰে উৎপাদিত এই কাপোৰবোৰ অসমৰ উপৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে ডুবাইলৈকে বিক্ৰী হয় ।
ওঠত এমোকোৰা হাঁহি লৈ নিতা দলে কি দৰে চলায় গৈছে ব্যৱসায় , তেওঁৰ মুখৰেই সকলো জানো আহক :
uparjan.in
Негізгі бет ব্যৱসায়কে জীৱনৰ মূলমন্ত্ৰ জ্ঞান কৰা নীতা দলেৰ কাহিনী sevensister hand loom textile
Пікірлер: 116