গাহৰিৰ দানাৰ খৰচ উলিয়াবলৈ তেওঁ কৰিছিল চিকিউৰিটি গাৰ্ডৰ কাম piggery farming
গাহৰিৰ দানাৰ খৰচ উলিয়াবলৈ তেওঁ কয়লাখনিত কৰিছিল চিকিউৰিটি গাৰ্ডৰ কাম
কঠোৰ পৰিশ্ৰম কৰা কাকপথাৰ ডেজিগনেট শিবিৰৰ এজন আলফা কেদাৰৰ জীৱন কাহিনী এয়া ৷ কলেজত পঢ়ি থাকোতেই এদিন তেওঁ যোগদান কৰিছিল আলফাত ৷
চৰকাৰৰ আহ্বানত এদিন মূলসুঁতিলৈ ঘূৰি আহিল তেওঁ ৷ তেওঁৰ নতুন ঠিকনা হ’ল কাকপথাৰ ডেজিগনেটেড শিবিৰ ৷ কিন্তু চৰাকৰে কোনো সংস্হাপন নিদিয়াত তেওঁৰ জীৱন হৈ পৰিল দুৰ্বিষহ ৷
ইটোৰ পাছত সিটো ব্যৱসায়ত বিফল হোৱাৰ পাছত এদিন পত্নীৰ আত্মসহায়ক গোটৰ পৰা টকা ধাৰলৈ লৈ সৰুকৈ আৰম্ভ কৰিলে এখন গাহৰি ফাৰ্ম ৷
এতিয়া এই গাহৰি ফাৰ্মে নতুন আশা সঞাৰ কৰিছে বিকাশ গগৈৰ জীৱনত ৷ প্ৰতিবছৰে ছশ গাহৰি পোৱালি বিক্ৰী কৰি ব্যৱসায় কৰিবলৈ সক্ষম হৈ ৩০ লাখ টকাৰ ৷
এই আলফা কেদাৰজনৰ জীৱন গাহৰি ফাৰ্মে কেনেদৰে উন্নীত কৰিছে সবিশেষ জানো আহক তেওঁৰ মুখৰ পৰাই ৷
uparjan.in
Негізгі бет গাহৰিৰ দানাৰ খৰচ উলিয়াবলৈ তেওঁ কৰিছিল চিকিউৰিটি গাৰ্ডৰ কাম piggery farming
Пікірлер: 122