আজি মাজবাট বিদ্যাপীঠ হাইস্কুলত মাজবাট বিদ্যাপীঠ হাইস্কুলৰ আৰু দক্ষিণ মাজবাট মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন তথা বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীৰে গঠিত এটি ঝুমুৰ দলে ঝুমুৰ নৃত্য পৰিৱেশন কৰে।দলত আছিল মাজবাট বিদ্যাপীঠ হাইস্কুলৰ অঞ্জলি তাঁতি,দীপালী গোঁড়,নিবেদিতা খালখো,জানমণি বৰাইক,প্ৰেৰণা চাংগা, অনামিকা মুণ্ডা,সালমণি সোণা,সুকমান্তি সুৱৰা,নেহা ওৰাং,খ্ৰীষ্টা এইণ্ড।
দক্ষিণ মাজবাট মধ্য ইংৰাজী বিদ্যালয় - মাৰ্কুছ খালখো,উমা গোঁড়,ৰঞ্জয় কিষাণ,দীপজ্যোতি গোঁড়।
Date-21/1/24
Video made by Arup Baruah.
Негізгі бет Jhumur-Students of Mazbat Vidyapeeth High& Dakhin Mazbat ME School at Mazbat Vidyapeeth-21/1/24
Пікірлер: 2