খোলবাদ্যৰ স্বতন্ত্ৰ বাদন
সত্ৰীয়া সঙ্গীতৰ অন্যতম তাল- ৰূপগঞ্জল তালক কেন্দ্ৰ কৰি পৰিবেশন কৰা হৈছে এই দ্বৈত খোলবাদন।
খোল- দিলীপ ভূঞা বৰবায়ন
যতীন্দ্ৰ মহন্ত
তাল- মুকুন্দ কলিতা
বাঁহী- নিলোৎপল বৰা (ৰবিন)
#khulbadya
#sattriya
#assameseculture
#gayanbayan
#vaona
Негізгі бет খোলবাদন ৷৷ দিলীপ ভূঞা ৷৷ যতীন্দ্ৰ মহন্ত৷৷ Duet Khol Badan by Dilip Bhuyan & Jatindra Mahanta
Пікірлер: 28