#graphiccontent
অসমৰ বন্যাক্ৰান্তক চৰম ভেঙুচালি মোদী কেবিনেটৰ। বানৰ মাজত ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য চালে মোদী চৰকাৰৰ মন্ত্ৰীয়ে। মাছক খাদ্য খুৱাই বানপীড়িতক উপহাস শক্তিমন্ত্ৰী মনোহৰলালৰ। শক্তি আৰু নগৰ উন্নয়ণ মন্ত্ৰীৰ হৃদয়হীনতাত স্তম্ভিত ৰাজ্যবাসী।
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews
Негізгі бет মাছক খাদ্য খুৱাই বানপীড়িতক উপহাস শক্তিমন্ত্ৰী মনোহৰলালৰ
Пікірлер: 4