আজি - ০৯/০৭/২০২৪ তাৰিখে খানাপাৰা স্থিত veterinary মহাবিদ্যালয়ৰ #nutrition বিভাগত #Apart #worldbank ৰ সহযোগত এটি অত্যাধুনিক খাদ্য পৰীক্ষা গৱেষণাগাৰৰ শুভ উন্মোচন কৰা হয় । ইয়াৰ জৰিয়তে মীন পালক, পশু পালক সকলে উপকৃত হ'ব পাৰিব, খাদ্যত উল্লেখ থকা প্ৰ'টিনৰ পৰিমাণ আৰু ফেটছ্ আদি উপাদান বোৰ সঠিক মাত্ৰাত আছে নে নাই সেয়া নিশ্চিত কৰাৰ সহজ পদ্ধতি এতিয়া উপলব্ধ হৈছে।
আগন্তুক দিনত কৃষিজীৱী ৰাইজক, খাদ্য বিক্ৰেতাই সঠিক আৰু গুণগত মান সম্পন্ন খাদ্য হে যোগান ধৰিব পাৰিব ।
@bishnufishfarming
special thanks to -------
Sanjay Sharma sir ( Apart Assam),
Dr. Dharitri Baruah mam (World fish Assam),
Dr. Mamun Ur Rashid- Quality feed expert Bangladesh, #WorldFish
Mr. Anoop Kumar Tandon- Resident Consultant cum Project Coordinator, #WorldFish, Assam
Dr. Dipanka Nath- Technical Officer, #WorldFish Assam
Mr Kashyap Bora (technical officer, world fish Assam)
#neelbiplabfpc #worldfish #Apartassam #feedtesting #laboratory
#Paliguri #jagiroad
#fishfarming #bishnufishfarming #unibait #fishfeed #khanapara #veterinarycollege
#aquaculture #sustainableaquaculture
#nationalfisheryday 2024 #fisheryday
Music: A little trip
Musician: Xuxiao
Негізгі бет Үй жануарлары мен аңдар মীন পালন আৰু পশুপালনৰ সৈতে জড়িত কৃষক সকলৰ বাবে ভাল খবৰ
Пікірлер: 3