BISHNU FISH FARMING
About Fish & farming..অসমত মীন পালনৰ প্ৰচুৰ সম্ভাৱনা আছে, অসমৰ প্ৰাকৃতিক পৰিৱেশ মীন পালনৰ বাবে যথেষ্ঠ অনুকূল সেয়ে উদীয়মান যুৱ প্ৰজন্মই বৈজ্ঞানিক পদ্ধতিৰে মীন পালন কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰাৰ লগতে অৰ্থনৈতিক ভাৱে সৱল হ'ব পাৰে ।
আমি,আগ্ৰহী মীনপালক সকলক বিগত সময়চোৱাত উন্নত মানৰ আমোৰ কাৰ্প(Aamur Carp),
জয়ন্তী ৰৌ(Jayanti rahu),
বংশগতভাৱে উন্নীতকৰণ বাহু/ভকুৱা/কাতলা(Genetically improved GI),
ৰূপচন্দা, ক'চ, চিতল, শিঙি, মাগুৰ মাছৰ পোণাসমূহ যোগান ধৰি আহিছোঁ। প্ৰয়োজন অনুসৰি যোগাযোগ কৰিব পাৰে।
We provide High quality premium fish feed & High quality Genetically improved Fish Seed 🐟 🐟
CONTACT - 6001145380 ( 7.00 Am to 8.00 Pm/ WhatsApp or Call )
Airtel pay - 6001145380 💰
G.PAY - 9435261261 💰
Our Facebook page & group -
(Bishnu fish farming / অসমৰ কৃষি আৰু ব্যৱসায়)
ADD :- Jagiroad, Morigaon, Assam (782410)
@Bishnufishfarming / BISHNU DEKA
#neelbiplabfpc
We Always Respect farmer's & Customers dream...
- 2:01
- 7 сағат бұрын
পানীমুৰলৈ ব্যস্ততাৰ মাজতে,,, #panimur #waterfall #dimahasao
- 1:35
- 14 күн бұрын
Roopchanda fish seed @bishnufishfarming - 6001145380
- 1:09
- 28 күн бұрын
High quality premium fish feed #unibait and #chowprinch #bishnufishfarming 6001145380
- 6:25
- Ай бұрын
উন্নত মানৰ মাছৰ পোণা প্ৰয়োজন অনুসৰি order কৰক । @bishnufishfarming #jayanti #gicatla #amurcarp
- 2:30
- Ай бұрын
zooplankton making process #zooplankton _ প্ৰাণী প্লাৱক প্ৰস্তুতকৰণ প্ৰক্ৰিয়া @bishnufishfarming
- 12:27
- Ай бұрын
কি ঔষধত মাছৰ বৃদ্ধি দ্ৰুত হয়? মিনাৰেল,প্ৰবায়টিক, ইষ্ট,প্ৰ'টিনজেলৰ ব্যৱহাৰ @bishnufishfarming
- 2:28
- Ай бұрын
চিতল পোণা পুখুৰীত এৰি লাভৱান হওক । চিতল পালনত মন কৰিবলগীয়া কথা কেইটামান @bishnufishfarming
- 4:05
- Ай бұрын
প্ৰখৰ ৰ'দত মাছ মৰি আছে, কি কৰিব ? পানী কম থাকিলে পুখুৰীৰ মাছ মৰিব পাৰে ! @bishnufishfarming
- 3:38
- Ай бұрын
সৰু পোণাবোৰ কেনেকৈ ডাঙৰ কৰিব ? fingerling fish farming jayanti_rahu_gi catla @bishnufishfarming
- 2:02
- 3 ай бұрын
শিঙি মাছ কেনেকৈ ধৰিব ? কাঁইটে বিন্ধিব নোৱাৰাকৈ শিঙি মাছ ধৰাৰ সহজ উপায় @bishnufishfarming
- 0:25
- 3 ай бұрын
থলুৱা মাছৰ প্ৰজাতি সংৰক্ষণ, সংবৰ্ধনত আমি সকলোৱে অংশীদাৰ হওঁ আহক #মীনবিভাগ #মৰিগাওঁ #neelbiplabfpc
- 2:15
- 3 ай бұрын
#unibait #fishfeed Use_UNIBAIT for better results. @bishnufishfarming - 6001145380 (WhatsApp)
- 9:59
- 3 ай бұрын
#বিলাহী আৰু #নাৰিকল খেতি কৰি লাখ টকা উপাৰ্জন। প্ৰগতিশীল কৃষক দিলীপ ডেকাৰ অভিজ্ঞতাৰ কথাৰে,, 🍅 🥥 🥬
- 4:18
- 3 ай бұрын
মীন পালন কৰাৰ আগতে শিকি লওঁক । নাজানিলে লোকচান হ'ব পাৰে #learn for #earn @bishnufishfar...
- 1:24
- 3 ай бұрын
Пікірлер