♦ মাৰ্কেটিং বোৰ্ডৰ ৬১২ কৰ্মচাৰীৰ বাবে আৰম্ভ VRSৰ প্ৰক্ৰিয়া। VRS ৰ বাবে পাবলগীয়া ধনৰ তুলনাত ১০% বেছিকৈ দিয়াৰ সিদ্ধান্ত চৰকাৰৰ।
♦ ১৩১ ঠিকাভিত্তিক কৰ্মীয়ে ১০ বছৰৰ কম কাম কৰিলে পাব ৫ লাখ।
♦ ১০ৰ পৰা ১৫ বছৰলৈ কাম কৰাসকলে ৫.৫০ লাখ টকা পাব VRSৰ সময়ত।
♦ ১৫ বছৰৰ বেছি কাম কৰাসকলে পাব ৬ লাখ টকা।
Ishan News
ishannews.com/
Ishan news, facebook page
/ newsishan
Ishan news twitter account
/ newsishan
Ishan News Instagram
/ newsishan
Ishan News Koo
www.kooapp.com/profile/ishannews
Негізгі бет মাৰ্কেটিং বোৰ্ডৰ ৬১২ কৰ্মচাৰীৰ বাবে আৰম্ভ VRSৰ প্ৰক্ৰিয়া।
Пікірлер