আজি লক্ষ্মী দেৱীৰ পূজা। সমগ্ৰ ৰাজ্যতে ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱীক পূজা-অৰ্চনা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লক্ষ্মী মন্দিৰসমূহত লক্ষ্মী মাৰ শ্ৰীচৰণত সেৱা জনাবলৈ ভক্তৰ ভিৰ। তাৰ সমান্তৰালকৈ মহানগৰীৰ ২নং মঠঘৰীয়াৰ হৰিপুৰ সম্মিলিত লক্ষ্মী মন্দিৰত লক্ষ্মী পূজাৰ আয়োজন। বিগত ১৪টা বছৰ ধৰি আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰি আহিছে লক্ষ্মী পূজা। চাওক আমাৰ এক প্ৰতিবেদন।
#PratidinTime #AssamNews #lakshmipuja
Негізгі бет মহানগৰীৰ ২নং মঠঘৰীয়াৰ হৰিপুৰ সম্মিলিত লক্ষ্মী মন্দিৰত লক্ষ্মী পূজাৰ আয়োজন....
Пікірлер