সংগীত নাটক অকাডেমিৰ অন্যতম অনুষ্ঠান #নৃত্যপৰ্বত পৰিবেশিত এটি সত্ৰীয়া দ্বৈত নৃত্যৰ কীয়দাংশ আগবঢ়ালোঁ। শিল্পী দুগৰাকীয়ে পৰিবেশন কৰিব ৰজাঘৰীয়া চালি নৃত্যৰ লগতে ঘোষা অভিনয়, শ্লোক অভিনয় আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন পুথিৰ প্ৰহ্লাদ চৰিত্ৰ কীৰ্তনৰ পৰা লোৱা পদ অংশৰে #হিৰণ্যকশিপু_বধ শীৰ্ষক অভিনয়।
নৃত্য শিল্পী : ৰিংকুমণি মহন্ত
লাকী বৰা
খোল : যতীন্দ্ৰ মহন্ত
কণ্ঠ : প্ৰণৱ জ্যোতি দত্ত
বাঁহী : নিলোৎপল বৰা (ৰবীন)
ভাইলিন : দ্বিজেশ খাউণ্ড
তাল : অংকুৰ জ্যোতি বৰা
সংগীত আৰু পৰিচালনা : দিলীপ ভূঞা বৰবায়ন
স্থান: শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটী
১৬/১১/২০২৩
#nrityparva
#sangitnatakacademi
#sattriya
#assameseculture
#নৃসিংহ যাত্ৰা
Негізгі бет নৃত্যপৰ্ব ২০২৩ || Nritya Parva 2023 || ৰজাঘৰীয়া চালি নৃত্য || অভিনয়
Пікірлер: 8