বোৱাৰী পংখী মানসিকভাৱে দুৰ্বল আছিল।টোপনি আহিবলৈ ৰাতি ৰাতি পংখীয়ে শ্লিপিং টেবলেট খাইছিল।ৰাতিপুৱা ৯টা বজালৈকে বিছনাতে শুই থাকিছিল পংখীয়ে।পংখীৰ কাপোৰো মই ধুই দিছিলোঁ।মাছ এটা মাৰিব নজনা মোৰ ল'ৰাটোৱে কেনেকৈ মানুহ মাৰিব?পুত্ৰ নীতিকেশক নিৰ্দোষী সজাই পংখীৰ ওপৰতে ওলোটাই দোষ জাপিলে পংখীৰ শাহু-শহুৰে
- Ай бұрын
টোপনি আহিবলৈ ৰাতি ৰাতি পংখীয়ে শ্লিপিং টেবলেট খাইছিলঃনীতিকেশৰ পিতৃ-মাতৃ
- Рет қаралды 68,691
Пікірлер: 122