প্ৰখৰ ৰ'দত মাছ মৰি যোৱাৰ সম্ভাৱনা থাকে, সেয়েহে পুখুৰীত শীতল পানী দিয়াৰ ব্যৱস্থা কৰক অন্যথা লোকচান হ'ব পাৰে,মাছ মৰি যাব পাৰে।
অত্যধিক গৰমৰ দিনত ৫-৭-৮ ফুট পানী ৰাখিব পাৰে,
ৰাতি আৰু দিনৰ সময়ছোৱাত ঠাণ্ডা পানী পুখুৰীত ভৰাই দিয়াৰ ব্যৱস্থা কৰা উচিত।
@bishnufishfarming - 6001145380(WhatsApp)
we provide High quality premium fish feed fish seed and aqua medicine....
#neelbiplabfpc #jagiroad #bishnufishfarming #fishseed #amurcarp #fpc #fishfarming
Негізгі бет Үй жануарлары мен аңдар প্ৰখৰ ৰ'দত মাছ মৰি আছে, কি কৰিব ? পানী কম থাকিলে পুখুৰীৰ মাছ মৰিব পাৰে !
Пікірлер: 6