বান বিধ্বস্ত অঞ্চল আৰু বানাক্রান্তৰ মাজত উপস্থিত হৈ জনপ্রতিনিধিৰ ফটো চেচন ঠিকেই চলিছে, কাগজে-পত্রই সুবিধাৰে ওপচাই পেলোৱা হৈছে বানাক্রান্তক। কিন্তু জৰুৰীকালীন সেৱা, ঔষধ-চিকিৎসা আদি দূৰৈৰে কথা, পেটৰ ক্ষুধা দূৰ কৰাৰ বাবে চৰকাৰীভাৱে কি সাহায্য লাভ কৰিছে বানাক্রান্তই? ‘প্রতিদিন টাইম’ৰ চৰজমিন তদন্তত ফাদিল হৈছে সাহায্যৰ নামত চলি থকা ভেকো-ভাওনাৰ প্রকৃত স্বৰূপ।
#pratidintime #assamflood #ASSAMNEWS
Негізгі бет ‘প্রতিদিন টাইম’ৰ চৰজমিন তদন্তত ফাদিল প্রকৃত স্বৰূপ
Пікірлер: 66