তিনিচুকীয়া সাংস্কৃতিকভাৱে সমৃদ্ধ এখন জিলা। কলা-সংস্কৃতিৰ সাধনা আৰু প্ৰসাৰেৰে জিলাখনে এক অগ্ৰণী ভূমিকা পালন কৰি আহিছে। ১১১ বছৰ গৰকা গোলাপচন্দ্ৰ ৰবিচন্দ্ৰ নাট্যমন্দিৰৰ ভূমিকাও এইক্ষেত্ৰত উল্লেখযোগ্য। তদুপৰি সূৰ্যমুখী নাট্য গোষ্ঠীকে ধৰি বিভিন্ন নাট্য গোষ্ঠীয়ে নাট্য ক্ষেত্ৰক সমৃদ্ধ কৰিছে। তিনিচুকীয়াৰ নাট্য তথা কলা-সংস্কৃতিৰ এই বৰ্ণাঢ্য জয়যাত্ৰা অব্যাহত থাকক, তাৰেই কামনা কৰিলোঁ।
Негізгі бет তিনিচুকীয়া জিলাৰ কলা-সংস্কৃতিৰ সাধনা আৰু প্ৰসাৰ
Пікірлер