এই ডালাল গীতাৰ কথা মতে ৰাইজ নচলে।26চনত এই হকল 0হৈ জাব।গৌৰৱ গগৈ জয় ৰাইজৰ জয় ।
@tumpakmonu3961
3 ай бұрын
দল বগৰা কোনো নেতা নেত্ৰিক কোনো ৰাজনৈতিক দলে সহজে আঁকোৱালি নলয় যেন। দল বগৰাৰ আঁৰত নিজৰ স্বাৰ্থ পূৰণৰ উদেশ্য লুকাই থাকে। এটা কথা মন কৰিব লাগে যে ক্ষমতা কেতিয়াও এজনৰ লগত নাথাকে। ই প্ৰকৃতিৰ চিৰন্তন সত্য কথা। আজি পথৰ ভিক্ষাৰী এজন কালি ৰজা হব পাৰে। নিজ দলৰ আদৰ্শ, দৰ্শন আৰু অন্যান্য নীতি আদৰ্শ এৰি অন্য কোনো দলত নতুনকৈ প্ৰৱেশ কৰি যে অন্য ঘৰ এখন যে নাভাংগিবি ইয়াৰ কোনো নিশ্চয়তা নাই।
Пікірлер: 131