আলাপন
খণ্ড - ১৬
আলাপনৰ এইবাৰৰ অতিথি বিশিষ্ট সাহিত্যিক, সুৰকাৰ, গায়ক ডাঃ অঞ্জনজ্যোতি চৌধুৰী দেৱক তেওঁৰ গুৱাহাটী স্থিত নিজা বাসভৱনত লগ পালোঁ আৰু সৃষ্টিমূলক, ৰসাল আৰু আমেজভৰা কথোপকথনেৰে আলাপনৰ মজিয়া জীপাল হ'ল। তেখেতৰ ওচৰত আলাপন চিৰ কৃতজ্ঞ।
Негізгі бет ALAPON II EP 16 II DR. ANJANJYOTI CHOUDHURY || AMRINA JERIANA
Пікірлер: 15