গুৱাহাটীত কংগ্ৰেছৰ ৰণডংকা। তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী লোকসভা সমষ্টিৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া। মঙলবাৰে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে দাখিল কৰে মনোনয়ন পত্ৰ। বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী হৈ মনোনয়ন পত্ৰ দাখিলৰ সময়ত শক্তি প্ৰদৰ্শন মীৰা বৰঠাকুৰৰ। ৰাজীৱ ভৱনৰ পৰা ৩ সহস্ৰাধিক কৰ্মী আৰু সমৰ্থকসহ হেঙেৰাবাৰীস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল বৰঠাকুৰৰ।
#pratidintime #assam #electionwithpratidintime #congress
Негізгі бет বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী হৈ মনোনয়ন পত্ৰ দাখিলৰ সময়ত শক্তি প্ৰদৰ্শন মীৰা বৰঠাকুৰৰ....
Пікірлер: 110