নিৰ্বাচনৰ বতৰ। অব্যাহত আছে ৰাজনৈতিক নেতাৰ বাকযুদ্ধ। এইবাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰিলে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনৰ কথা ক’লেই কাজিৰঙাৰ গঁড়কেইটালৈ মনত পৰে বুলি মুখ্যমন্ত্ৰীয়ে কৰা কটাক্ষৰ ভয়ানক প্ৰত্যুত্তৰ দিলে কংগ্ৰেছৰ ধুবুৰী সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে। পিছে মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিবলৈ গৈ কি ক’লে ৰকিবুল হুছেইনে? চাও আহক-
#PratidinTime #HimantaBiswaSarma #rakibulhussain
Негізгі бет মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিবলৈ গৈ কি ক’লে ৰকিবুল হুছেইনে? চাও আহক-
Пікірлер: 244