শিক্ষকৰ চাকৰি এৰি আৰম্ভ কৰিলে কাঠফুলা খেতি -এতিয়া মাহেকত উপাৰ্জন কৰে ১ লাখ টকা
কাঠফুলা খেতি কৰি তেওঁ মাহেক উপাৰ্জন কৰে এক লাখ টকাকৈ ৷ লালুকৰ মাধুৰ্য্য বৰপাত্ৰ নামৰ এজন যুৱ খেতিয়কৰ কাহিনী এয়া ৷ এসময় তেওঁ আছিল এখন বেচৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৷ কিন্তু বিয়া পতাৰ পাছত অৰ্থৰ অভাৱ ঘটাত চাকৰি এৰি আৰম্ভ কৰিলে গাহৰি পালন ৷ লখিমপুৰ জিলা আদৰ্শ গাহৰি পালকৰ বটা লাভ কৰা মাধুৰ্য্যৰ দিনবোৰ কিন্তু হঠাৎ সলনি হৈ গ’ল ৷ স্ৱোৱাইন ফিভাৰত মৃত্যু হ’ল তেওঁৰ ফাৰ্মৰ সকলো গাহৰি ৷
অৱশেষত তেওঁ আঠ বছৰৰ পূৰ্বে আৰম্ভ কৰিলে কাঠ ফুলা খেতি ৷ এতিয়া তেওঁ প্ৰতি মাহত কাঠফুলাৰ পৰা উপাৰ্জন কৰে ৯০ হেজাৰৰ পৰা ১ লাখ টকা ৷ আহকচোন কথা পাতো মাধুৰ্য্য বৰপাত্ৰৰ লগত ৷
uparjan.in
/ @thenaa2076
Негізгі бет শিক্ষকৰ চাকৰি এৰি আৰম্ভ কৰিলে কাঠফুলা খেতি -এতিয়া মাহেকত উপাৰ্জন কৰে ১ লাখ টকা
Пікірлер: 83