বঙাইগাঁৱত সংকট মোচনৰ চেষ্টা অসম গণ পৰিষদৰ। উপ-নিৰ্বাচনৰ পূৰ্বে প্রাৰ্থিত্বকেন্দ্রিক সংঘাতে বিপদত পেলাইছে অগপক। ফণীভূষণ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰীক প্রাৰ্থিত্ব প্রদান কৰাৰ গুণা-গঁথাক লৈ বঙাইগাঁও জিলা সমিতিৰ বিদ্রোহ। এই বিদ্রোহ দমনৰ বাবে আজি বৈঠকত বহিল অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্ব।
#pratidintime #assam #byelection #agp
Негізгі бет ফণীভূষণৰ পত্নী বঙাইগাঁৱত হ’ব নেকি অগপৰ প্রাৰ্থী ?
Пікірлер: 3