৩৭০ অনুচ্ছেদ প্রত্যাহাৰৰ পিছত জম্মু-কাশ্মীৰত গঠন হ’ল প্রথমখন চৰকাৰ। আজি মুখ্যমন্ত্রীৰূপে শপত ল’লে নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাই। ইপিনে হাৰিয়ানাত পুনৰ মুখ্যমন্ত্রীৰূপে শপত ল’ব নায়েৱ সিং ছৈনীয়ে। গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হ’ল বিজেপি বিধায়িনী দলৰ বৈঠক।
#pratidintime #jammukashmir #haryana
Негізгі бет পুনৰ হাৰিয়ানাৰ মুখ্যমন্ত্রীৰূপে শপত ল’ব নায়েব সিং ছৈনীয়ে....
Пікірлер: 2